Back Cover
Look Inside

Frame, ফ্ৰেম (চাকিব নাভিদ চিদ্দিকী), নম্ৰতা দত্ত

প্ৰেম, সপোন, অপৰাধ, বিচ্ছেদ আদি নানা উপাদানৰ সমাহাৰ ঘটা
এখন হৃদয়স্পৰ্শী উপন্যাস

120.00

20 in stock

SKU: PB-129 Categories: ,

Reviews

There are no reviews yet.

Be the first to review “Frame, ফ্ৰেম (চাকিব নাভিদ চিদ্দিকী), নম্ৰতা দত্ত”

Your email address will not be published. Required fields are marked *

Editorial Review

লণ্ডন নিবাসী বাংলাদেশৰ চিকিৎসক চাকিব নাভিদ চিদ্দিকিয়ে মেডিকেল কলেজৰ ছাত্ৰ হৈ থাকোঁতেই লিখা 'ফ্ৰেম' এখন ব্যতিক্ৰমী উপন্যাস। বাংলাদেশৰ পৰা পৰা প্ৰকাশ পোৱাৰ পাছৰে পৰা এতিয়ালৈ উপন্যাসখনে ব্যাপক জনপ্ৰিয়তা লাভ কৰি আহিছে। প্ৰেম, সপোন, বিচ্ছেদ, অপৰাধ আদি বিভিন্ন উপাদানৰ সমাহাৰ এই উপন্যাসখনৰ সাৰ্থক অসমীয়া অনুবাদ কৰিছে নম্ৰতা দত্তই। লেখক, সম্পাদক, অনুবাদক হিচাপে সুখ্যাতি অৰ্জন কৰা নম্ৰতা দত্তৰ সাৱলীল অনুবাদে মূল উপন্যাসখনৰ সৌন্দৰ্য অটুট ৰাখিবলৈ সক্ষম হৈছে।
নম্ৰতা দত্তৰ অনুবাদত জিপাল হৈ পৰা 'ফ্ৰেম'-এ প্ৰতিজন পঢ়ুৱৈকে আহ্লাদিত কৰিব আৰু নতুন পঠন অভিজ্ঞতা প্ৰদান কৰিব।