Editorial Review
গভীৰ সংবেদনশীলতা আৰু স্পৰ্শকাতৰ প্ৰয়াসেৰেহে কিশোৰ-কিশোৰীৰ মনোজগতক অনুধাৱন কৰিব পাৰি। লেখক-অনুবাদক খামমুন ফুকনৰ সংবেদনশীলতাই সেই জগতখনৰ অটল তলি স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। 'নদীৰ তলৰ আকাশ'ত স্কুলীয়া জীৱনৰ ৰং আৰু ভাবনা-উদ্দীপনাৰ মাজত হেৰাই থকা এখন অনুপম জগতক উদ্ভাসিত কৰি তুলিছে খামমুন ফুকনে। উপন্যাখনৰ কাহিনীত থকা কিশোৰ জগতখন প্ৰকৃততে প্ৰতিজন প্ৰাপ্তবয়স্কই পাৰ হৈ অহা, সময়ে বিলীন কৰি অনা এখন জগত। সেয়েহে প্ৰতিগৰাকী পঢ়ুৱৈয়ে এই উপন্যাসৰ পাতে পাতে নিজকে বিচাৰি পাব বুলি আশা কৰিব পাৰি।
Reviews
There are no reviews yet.