Back Cover
Look Inside

Jokaichukat Jonakir Jilmil, জকাইচুকত জুনাকীৰ জিলমিল, অবন্তিকা পৰাশৰ

অন্তৰংগ জীৱনবোধ আৰু শিল্পময় প্ৰাণময়তাৰ কেইটামান অনুপম গল্প

160.00

20 in stock

SKU: PB-219 Categories: ,
Weight 0.2 kg
Dimensions 21 × 14 × 3 cm
Author

Abantika Parashar

Publisher

Purbayon Publication

Reviews

There are no reviews yet.

Be the first to review “Jokaichukat Jonakir Jilmil, জকাইচুকত জুনাকীৰ জিলমিল, অবন্তিকা পৰাশৰ”

Your email address will not be published. Required fields are marked *

Editorial Review

নতুন প্ৰজন্মৰ গল্পকাৰসকলৰ ভিতৰত এক উজ্জ্বল সম্ভাৱনা হিচাপে প্ৰতিভাত হৈ উঠা অৱন্তিকা পৰাশৰৰ ‘জকাইচুকত জোনাকীৰ জিলমিল’ এখন সুখপাঠ্য আৰু ৰসসিক্ত গল্প সংকলন। ১৩ টা অনুপম গল্পৰ এই সংকলনখনত লেখিকাৰ সংবেদনশীলতা আৰু অন্তৰংগ জীৱনবোধৰ নিদৰ্শন প্ৰতিভাত হৈ উঠিছে। শিশু সাহিত্যৰ বাটেৰে চুটিগল্পৰ পৰিপক্বাতা আৰু বৈচিত্ৰ্যময়তাৰ মাজলৈ অগ্ৰসৰ হোৱা অৱন্তিক পৰাশৰৰ এই সংকলনখনত প্ৰতিফলিত হৈছে চুটিগল্প-কথনৰ এক আপেক্ষিক চাতুৰ্য তথা শৈল্পিক প্ৰাণময়তা। গল্পসমূহৰ বিষয়বস্তুৰ বৈচিত্ৰ্য আৰু পটভূমিৰ নতুনত্বই সংকলটিৰ সাৰৱত্তা সৃষ্টিত প্ৰভুত অৰিহনা যোগাইছে। মানুহৰ স্তৰীভূত জীৱনৰ স্বৰূপ,কালচক্ৰৰ পৰিৱৰ্তিত প্ৰবাহক অতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰা গল্পকাৰৰ এই গল্পসমূহৰ পাঠে পঢ়ুৱৈক এক অতুলনীয় প্ৰাপ্তি আৰু পৰিতৃপ্তিৰ বোধৰ সৈতে মুখামুখি কৰাব। উজ্জ্বল, সফলতাপূৰ্ণ শৈক্ষিক আৰু বিদ্যায়তনিক যাত্ৰাৰ মাজেৰে আহি সংগ্ৰহালয়ৰ বিষয়াৰ দায়িত্বত ন্যস্ত হৈ থকা এইগৰাকী গল্পকাৰে তেওঁৰ অন্তৰতম অনুভূতি আৰু উপলব্ধিৰ পৰা সংগ্ৰহ কৰা উপাদানবোৰেৰে যে অসমীয়া সাহিত্যকো সমৃদ্ধি প্ৰদান কৰিবলৈ সক্ষম হ’ব সেয়া নিশ্চয়কৈ অনুমান কৰিব পাৰি।