Back Cover
Look Inside

Joonbilor Venus, জোনবিলৰ ভেনাছ, অংকিতা বৰুৱা

এগৰাকী সম্ভাৱনাপূৰ্ণ নতুন লেখিকাৰ এমুঠি বিতোপন গল্প

170.00

20 in stock

SKU: PB-266 Categories: ,
Weight 0.2 kg
Dimensions 21 × 14 × 3 cm
Author

Ankita Baroah

Publisher

Purbayon Publication

Reviews

There are no reviews yet.

Be the first to review “Joonbilor Venus, জোনবিলৰ ভেনাছ, অংকিতা বৰুৱা”

Your email address will not be published. Required fields are marked *

Editorial Review

যিসকল তৰুণ গল্পকাৰে প্ৰচুৰ সম্ভাৱনা আৰু তীক্ষ্ণ প্ৰতিভাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে সেইসকলৰ ভিতৰত অংকিতা বৰুৱা অগ্ৰণী৷ গল্পকাৰগৰাকীৰ ১২টা গল্পৰ সংকলন 'জোনবিলৰ ভেনাছ'৷ অতি সংবেদনশীল গল্পকাৰগৰাকীয়ে এই গ্ৰন্থখনত সংকলিত কৰা গল্পসমূহত নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছে৷ প্ৰাণসঞ্চাৰী ভাষা আৰু আকৰ্ষণীয় আংগিকেৰে গল্পকাৰে লিখা গল্পসমূহ অতি সুখপাঠ্য আৰু আৱেগত আলোড়ন তুলিব পৰা ধৰণৰ৷ মানুহৰ বিষণ্ণতা, নিসংগতা, একাকীত্ব, জীৱনৰ অৰ্থ আৰু উদ্দেশ্যহীনতাক তেওঁ গল্পত উত্থাপন কৰিছে৷ গল্পসংকলনখনত সন্নিৱিষ্ট প্ৰখ্যাত সমালোচত ড॰ আনন্দ বৰমূদৈৰ পাতনিয়ে ইয়াৰ মৰ্যাদা আৰু গুৰুত্ব স্বৰূপাৰ্থতে বৃদ্ধি কৰিছে৷ নতুন গল্পকাৰৰ গল্পচৰ্চাৰ গতিধাৰা আৰু প্ৰতিভাৰ উমান পাবলৈ হ’লে সকলো সচেতন পঢ়ুৱৈয়ে পঢ়িব লাগিব অংকিতা বৰুৱাৰ ‘জোনবিলৰ ভেনাছ’৷ অংকিতা বৰুৱাৰ গল্পই সাহিত্যৰসিকৰ ৰসজিজ্ঞাসাক অনায়াসে পৰিতৃপ্ত কৰি তুলিব।