Uraniya Hahor Mat, উৰণীয়া হাঁহৰ মাত, ড° হীৰেন গোহাঁই

এজাক উৰণীয়া চৰাই, নিৰল নিসৰ্গৰ সৈতে এগৰাকী বৰেণ্য বিদ্বানৰ আত্মীয়তাৰ খতিয়ান

180.00

Reviews

There are no reviews yet.

Be the first to review “Uraniya Hahor Mat, উৰণীয়া হাঁহৰ মাত, ড° হীৰেন গোহাঁই”

Your email address will not be published. Required fields are marked *

Editorial Review

অসমীয়া সমাজ-জীৱনত এগৰাকী অদ্বিতীয় বিদ্বান হিচাপে পৰিচিত ড॰ হীৰেন গোহাঁইৰ ‘উৰণীয়া হাঁহৰ মাত’ স্বৰূপাৰ্থতে এখন ব্যতিক্ৰমী গ্ৰন্থ৷ সাহিত্য তত্ত্ব, বিভিন্ন দৰ্শন, সমালোচনা আৰু ৰাজনৈতিক পৰ্যবেক্ষক তথা সমাজ বিজ্ঞানী হিচাপে গোহাঁইৰ পাণ্ডিত্য আৰু প্ৰতিভা অতুলনীয় বুলি বিবেচিত হৈ অহাৰ কথা কাৰো অবিদিত নহয়৷ এইগৰাকী পণ্ডিতে লিখা চৰাই বিষয়ক এই গ্ৰন্থখনৰ গুৰুত্বও সেইবাবেই অনন্য৷ নিজৰ পৰিচিত জগতখনৰ পৰা সামান্য আঁতৰি আহি প্ৰকৃতি পৰ্যবেক্ষণ তথা তাৰ নিপুণ বিৱৰণৰ জৰিয়তে ড॰ গোহাঁয়ে একপ্ৰকাৰ চমক দিবলৈ সক্ষম হৈছিল৷ ১৯৯৮ চনতে প্ৰকাশ পোৱা এই সংকলনখনৰ প্ৰতি পঢ়ুৱৈৰ আগ্ৰহ আৰু আন্তৰিকতা আছিল অনন্য৷ ইয়াৰ পূৰ্বায়ন সংস্কৰণে নতুনচাম পঢ়ুৱৈৰ বাবে অন্য এগৰাকী হীৰেন গোহাঁইক উদ্ভাসিত কৰি তোলাটো নিশ্চিত৷ প্ৰকৃতি আৰু আমাৰ দায়বদ্ধতাৰ দৰে বহু চৰ্চিত কিন্তু সদা অৱহেলিত বিষয় এটাকো গ্ৰন্থখনে চৰ্চা কৰাৰ অৱকাশ দিব৷