Look Inside

Karnaphulir Parat, Bangladeshat Bitarita Asomiyar Xandhanat, ঐতিহাসিকভাৱে বিভাজিত অসমীয়াৰ সন্ধানত ঃ বাংলাদেশত, তপন কুমাৰ শৰ্মা

বাংলাদেশত ঐতিহাসিকভাৱে বিভাজিত অসমীয়াৰ সন্ধান দিয়া এখন বৈচিত্ৰ্যপূৰ্ণ গ্ৰন্থ

220.00

19 in stock

Weight 0.3 kg
Dimensions 21 × 14 × 3 cm
Author

Tapan Kumar Sarma

Publisher

Purbayon Publication

Reviews

There are no reviews yet.

Be the first to review “Karnaphulir Parat, Bangladeshat Bitarita Asomiyar Xandhanat, ঐতিহাসিকভাৱে বিভাজিত অসমীয়াৰ সন্ধানত ঃ বাংলাদেশত, তপন কুমাৰ শৰ্মা”

Your email address will not be published. Required fields are marked *

Editorial Review

# ২০১৩ চনত চিটাগং পাহাৰ অঞ্চলত আমি উপস্থিত হোৱাৰ আগলৈকে অসমৰ জনসাধাৰণে গমে পোৱা নাছিল যে তাত 'অসম বস্তি' বুলি ডাঙৰ ঠাই এখন আছে৷ ভাল লগা কথা, তাৰ লোকসকলৰ উপাধি 'আসাম'৷ তেওঁলোক তালৈ কেতিয়া আৰু কেনেকৈ গ'ল? তেওঁলোক মানভগনীয়াৰ? ওহোঁ, নহয়৷ তেনেহ'লে তেওঁলোক কোন? তেওঁলোকৰ কাহিনী উপন্যাসতকৈ মনোৰম আৰু বিচিত্ৰ৷

 

# বাংলাদেশৰ এই মুহূৰ্তত আটাইতকৈ জনপ্ৰিয় বাউল সংগীতজ্ঞ জন অসমীয়া৷ বাংলাদেশৰ 'বীৰ উত্তম' সামৰিক পদবী প্ৰাপ্ত লোকৰ এজন অসমীয়া৷

 

# ৰংপুৰ জিলাৰ নলবাৰীৰ অসমীয়া ব্ৰাহ্মণ কেইজনমান স্থায়ীভাৱে বাস কৰে৷

 

# বাংলাদেশৰ হাজং আৰু কোচ-ৰাজবংশীসকল কেনে আছে?

 

  • # ওপৰত উল্লেখিত কথাবোৰতকৈও বহু শ্বাসৰুদ্ধকাৰী কথাৰে ভৰা উল্লেখিত কিতাপখন৷ পোনপটীয়া ভ্ৰমণ, সাক্ষাৎকাৰ, সমীক্ষা, গৱেষণাৰ ওপৰত প্ৰতিষ্ঠিত গ্ৰন্থ৷ কল্প কাহিনীতকৈও মনোৰম কথাবোৰ পঢ়ি, কথা দিছোঁ, খুব  ভাল পাব৷