Editorial Review
অসমীয়া উপন্যাস সাহিত্যত এক নতুন স্বাদৰ সংযোজন ঘটোৱা এখন ব্যতিক্ৰমী উপন্যাস হৈছে দীপক চন্দ্ৰ বৰুৱাৰ ‘চানচেট ইন কেলডেৰা’৷ অসম বুৰঞ্জীৰ পৰা আৰম্ভ কৰি বিজ্ঞানৰ শেহতীয়া বিষয় আৰু প্ৰেমকো তেওঁ উপন্যাসৰ কাহিনীৰ পৰিসৰত সামৰি লৈছে৷ উপন্যাসখনৰ পটভূমি হৈছে ইংলেণ্ড আৰু গ্ৰীচ৷ উপন্যাসখনৰ কাহিনীৰ সূত্ৰ ধৰি পঢ়ুৱৈয়ে লেখকৰ সৈতে এটা অনুপম ভ্ৰমণৰ অভিজ্ঞতাৰ আস্বাদো লাভ কৰিবলৈ সক্ষম হ’ব বুলি নিসন্দেহে ক’ব পাৰি৷
Reviews
There are no reviews yet.