Sunset In Caldera, চানচেট ইন কেলডেৰা, দীপক চন্দ্ৰ বৰুৱাৰ

ইংলেণ্ড আৰু গ্ৰীচৰ পটভূমিত লিখা এখন ব্যতিক্ৰমী উপন্যাস

280.00

Category:

Reviews

There are no reviews yet.

Be the first to review “Sunset In Caldera, চানচেট ইন কেলডেৰা, দীপক চন্দ্ৰ বৰুৱাৰ”

Your email address will not be published. Required fields are marked *

Editorial Review

অসমীয়া উপন্যাস সাহিত্যত এক নতুন স্বাদৰ সংযোজন ঘটোৱা এখন ব্যতিক্ৰমী উপন্যাস হৈছে দীপক চন্দ্ৰ বৰুৱাৰ ‘চানচেট ইন কেলডেৰা’৷ অসম বুৰঞ্জীৰ পৰা আৰম্ভ কৰি বিজ্ঞানৰ শেহতীয়া বিষয় আৰু প্ৰেমকো তেওঁ উপন্যাসৰ কাহিনীৰ পৰিসৰত সামৰি লৈছে৷ উপন্যাসখনৰ পটভূমি হৈছে ইংলেণ্ড আৰু গ্ৰীচ৷ উপন্যাসখনৰ কাহিনীৰ সূত্ৰ ধৰি পঢ়ুৱৈয়ে লেখকৰ সৈতে এটা অনুপম ভ্ৰমণৰ অভিজ্ঞতাৰ আস্বাদো লাভ কৰিবলৈ সক্ষম হ’ব বুলি নিসন্দেহে ক’ব পাৰি৷